MusicMint AI Music Generator Logo
MusicMint

দুচকুত তোমাৰ

Romantic Assamese ballad with gentle strings, dreamy atmosphere and poetic mood ,moonlit folk-pop fusion.

D Kamle·3:12

Lyrics

দুচকুত তোমাৰ, চালেই এবাৰ,

পাও ম‌ই নিজকে বিচাৰ

কি যে সুৱদি, তুমাৰ হাহিতি

যা‌ও ম‌ই সকলু পাহৰি।

কিদৰে বুজাও, তুমাক ম‌ই

থাকিব বিচাৰো, তুমাৰ হৈ

লবানে তুমি আদৰি।

দুচকুত তুমাৰ, চালেই এবাৰ

পাও ম‌ই নিজকে বিচাৰি।

কিমান হেপাহ, কতো যে আখা

ৰাখিচো বুকুতে সাচি।

তুমিতু জানা, সকলু বুজা

নকলেও তুমাক খুলি।

বিচাৰো মাথো, তুমাক কাষতে

তুমি জানো সোন, আহিবানে

লবানে মোক আদৰ

দুচকুত তুমাৰ, চালেই এবাৰ

পাও ম‌ই নিজকে বিচাৰি।

কি যে সুৱদি, তুমাৰ হাহিতি

যা‌ও ম‌ই সকলু পাহৰি।

Like this song? Create something similar