কিনো ভাবি হাহি আছিলো
A Assamese, deep emotional experimental post-rock, blending heartfelt vocal, shrine violin, mystic sitar melody and ambient sarangi.

কিনো ভাবি হাহি আছিলো
A Assamese, deep emotional experimental post-rock, blending heartfelt vocal, shrine violin, mystic sitar melody and ambient sarangi.
Lyrics
কিনো ভাবি হাহি আছিলো
হপোনৰ দেশত উৰি আছিলো
কিনো উলাহত নাচি আছিলো
কিনো আশা কৰি আছিলো
সময়ৰ এজাক আহি ধুমুহা
ভাঙি নিব মোৰ সুখৰ পজা
কেতিয়াও ভবাই যে নাছিলো....
কিনো ভাবি হাহি আছিলো
হপোনৰ দেশত উৰি আছিলো
নোপোৱাৰ বেদনাই আমনি কৰে
হেৰুৱাৰ হতাশাই আবৰি ধৰে
নোপোৱাৰ বেদনাই আমনি কৰে
হেৰুৱাৰ হতাশাই আবৰি ধৰে
ভগ্ন হিয়াৰ তলাতল ঘৰ খন্
কিয় এনেকৈ খহি পৰে
দুচকুত মাথোঁ নিৰাশাৰ ছায়া
মনত্ নাথাকে একোৱেই আখা
বিৰহৰ অগনিত্ জ্বলিব হিয়া
বেদনাৰ জালত হেৰাব আশা
কেতিয়াও ভবাই যে নাছিলো....
কিনো ভাবি হাহি আছিলো
হপোনৰ দেশত উৰি আছিলো
কিনো উলাহত নাচি আছিলো
কিনো আশা কৰি আছিলো