MusicMint AI Music Generator Logo
MusicMint

নীদ্ৰা বিহীন নিশা

A Assamese cinematic post-rock and ethereal ambient fusion, with mystic Indian classical raga elements.

D Kamle·2:47

Lyrics

Verse 1

নীদ্ৰা বিহীন নিশা

নীৰৱতা বিষাদ

বতাহতো আজি

দুখৰ সুৰ সজাক

Verse 2

শূণ্য পৰিখৰ

তৰা বিহীন আকাশ

ডাৱৰৰ্ আৰত্

সুৱৰ্ণ জোনাক

Pre-chorus

বেদনাৰ সুৰত

উদাহীন বতাহ

স্মৃতিৰ সুৰ জুৰে

নীদ্ৰা বিহীন নিশা

Chorus

উজাগৰী হৃদয়

অপূৰ্ণ তৃখা...

নীদ্ৰা বিহীন নিশা

অন্তহীন যাতনা

Bridge

অলখ্ পবনে

চিঞৰি কান্দে

বিখাদৰ এজাক

বৰষুণ সৰে

Verse 3

নদীৰ বহমান

অতিতক সুৱৰে

হিয়াৰ অভিমান

উচুপি উঠে

Pre-chorus

আকাশ সিমনাত

মেলি নীহাৰিকা

স্মৃতিৰ ছবি আঁকে

নীদ্ৰা বিহীন নিশা

Chorus final

এন্ধাৰ আচলত

নিৰাশাৰ ছায়া

নীদ্ৰা বিহীন নিশা

অন্তহীন যাতনা

Outro

নীদ্ৰা বিহীন নিশা

অন্তহীন যাতনা

Fading into Silence to end

Like this song? Create something similar

Related AI Music Generators